কাৰ্বিসকলৰ প্ৰধান তিনিটা ফৈদ কি ?

উত্তৰঃ কাৰ্বিসকলৰ প্ৰধান তিনিটা ফৈদ হ’ল- গিনথং, ৰংহাং আৰু আম্ৰি ।