কাৰ্বি জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে কিহেৰে ঘৰ সাজি আহিছে ?

উত্তৰঃ কাঠ, বাঁহ আৰু খেৰেৰে চাংঘৰ সাজি আহিছে ।