কেইবিধমান তাঁৰৰ বাদ্য় কি ?

উত্তৰঃ কেইবিধমান তাঁৰৰ বাদ্য় হৈছে টোকাৰী, বীণ বা বীণা, লহৰী ।