কেক্ খুলাবলৈ কি বস্তু ব্যৱহাৰ কৰা হয়?

উঃ বেকিং পাউডাৰ।ই ছ’ডিয়াম বাই কাৰ্বনেট বা খোৱা চ’ডা আৰু টাৰাটাৰিক এচিডৰ মিশ্ৰণ।