কেক্ ফুলাবলৈ কি বস্তু ব্যবহাৰ কৰা হয়?

উঃ বেকিং পাউডাৰ। ই ছ’ডিয়াম বাই কাৰ্বনেট বা খোৱা চ’ডা আৰু টাৰটাৰিক এচিডৰ মিশ্ৰণ।