খাৰচি পূজাৰ ইতিহাস কি ?

উত্তৰঃ কাচাৰ ৰাজ্য়ৰ ৰজা ত্ৰিলোচনে মৃত্য়ুৰ আগে আগে বৰপুত্ৰ দ্ৰিক্পতিক উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰে। আনহাতে ৰজা ত্ৰিলোচনে সৰু পুত্ৰ দক্ষিণৰাজক ৰাজকুমাৰ হিচাপে ঘোষণা কৰি যায়। ত্ৰিলোচনৰ মৃত্য়ুৰ পিছত দ্ৰিক্পতিক বঞ্চিত কৰি দক্ষিণৰাজ ৰজা হয় আৰু ইয়াৰ ফলত দ্ৰিক্পতিৰ সৈতে দক্ষিণৰাজৰ যুদ্ধ হয় । যুদ্ধত দক্ষিণৰাজে দ্ৰিক্পতিৰ ১৪জন সৈনিকৰ মূৰ কাটি লৈ যায়। সেই সৈনিককেইজনৰ স্মৃতি ৰক্ষাৰ বাবেই খাৰচি পূজা অনুষ্ঠিত কৰা হৈ আহিছে ।