খেতি চপোৱাৰ সময়ত কাৰ্বিসকলে কি উৎসৱ পালন কৰে ?

উত্তৰঃ খেতি চপোৱা সময়ত কাৰ্বিসকলে হাচ্চা উৎসৱ পালন কৰে ।