গছৰ তলৰ বিহু কাক কোৱা হয় ?

উত্তৰঃ জেংবিহু, গীভৰু বিহু বা মহিলা বিহুৰ আন এটি নাম হ’ল গছৰ তলৰ বিহু। এই বিহু গছৰ তলত মৰা হয় । এই বিহুক বহুতে চেনেহি বিহু বুলিও কয় ।