গাড়া উৎসৱৰ সৈতে জড়িত হৈ থকা লোকবিশ্বাস কি ?

উত্তৰঃ গাড়া উৎসৱৰ সৈতে জড়িত হৈ থকা লোকবিশ্বাস অনুসৰি এই উৎসৱৰ সময়ত মৃতকৰ আত্মাই ঘৰত বিচাৰণ কৰি ফুৰে ।