গৰু বিহুৰ দিনা আবেলি গৰুৰ ৰোগ-ব্য়াধি নাশ কৰিবলৈ কোন দুবিধ ডালপাতেৰে গৰুক কোবোৱা হয় ?

উত্তৰঃ দীঘলতি আৰু মাখিয়তি পাতেৰে গৰুক কোবোৱা হয় ।