গৰু বিহুৰ দিনা গোহালীত কিহেৰে পাগ দিয়াৰ নিয়ম আছে ?

উত্তৰঃ গৰু বিহুৰ দিনা গধূলী গোহালীৰ সন্মুখত তুঁহ আৰু খেৰৰ লগত তাংলতি, ভাং গছৰ পাত, বিহলউনি, তুলসীৰ পাত দি দিয়ে আৰু বিচনীৰে বিচি চাৰিওফালে ধোঁৱাই দিয়ে ।