চালি নৃত্য় কি ?

উত্তৰঃ প্ৰবাদ অনুসৰি শ্ৰীকৃষ্ণই গৰু চৰোৱা সময়ত যি নৃত্য় কৰিছিল সেয়াই চালি নৃত্য়। আন একাংশৰ মতে ম’ৰা চৰায়ে চালি ধৰিলে যেনে দেখি ঠিক তেনে ৰূপতে কৰা নৃত্য়ই হৈছে চালি নৃত্য় ।