চেনেহি বিহু কেতিয়া অনুষ্ঠিত কৰা হয় |

উত্তৰঃ বহাগ মাহৰ প্ৰথম দিনটোকে চেনেহি বিহু বা মানুহ বিহু বুলি কোৱা হয়। এই বিহুত সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে। এই বিহুত নতুন কাপোৰ লোৱাৰ নিয়ম আছে।