ছাৰলাম কাই নৃত্য়ত কোনে অংশগ্ৰহণ কৰে ?

উত্তৰঃ ছাৰলাম কাই নৃত্য়ত পুৰুষ-মহিলা উভয়ে অংশগ্ৰহণ কৰে আৰু এই নৃত্য় ছোলাকিয়া নৃত্য়ৰ দৰে একে যদিও ছোলাকিয়াত পৰিধান কৰা সাজপাৰ এই নৃত্য়ত পৰিধান কৰা নহয় ।