ছেজিৱ ছেৰাউবা উৎসৱৰ আৰম্ভণি কিদৰে হৈছিল ?

উত্তৰঃ নৱবৰ্ষক আদৰণি জনাবলৈ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতেই ছেজিৱ ছেৰাউবা উৎসৱৰ আৰম্ভণি হোৱা বুলি ইতিহাসবিদসকলে কৈ আহিছে । সেই সময়ত ৰজাৰ দাসসকলে বাঁহৰ মাৰিত এটা ঘন্টা আঁৰি লৈ প্ৰজাসকলক নতুন বছৰৰ আৰম্ভণি হোৱাৰ কথা জনাই দিছিল ।