জলবায়ু আৰু প্ৰাণীৰ অভিযোজন | Chapter 15 | Class 7 New Science Question And Answer | Class 7 Chapter 15 Solution AJB |

অধ্যায়ঃ ১৫

জলবায়ু আৰু প্ৰাণীৰ অভিযোজন

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

i ) বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো হ’ল

a ) ৰেইন গজ b ) বেৰ মিটাৰ c ) হাইগ্র মিটাৰ d ) এনেম মিটাৰ

উত্তৰঃ b ) বেৰ মিটাৰ

ii ) মৰু অঞ্চলৰ জলবায়ু

a ) গৰম আৰু শুকান b ) গৰম আৰু সেমেকা c ) ঠাণ্ডা আৰু সেমেকা d ) ঠাণ্ডা আৰু শুকান

উত্তৰঃ a ) গৰম আৰু শুকান

iii ) ভাৰতৰ ক্ৰান্তীয় বৰ্ষাৰণ্য থকা ঠাই হ’ল—

a ) উত্তৰ – পূব ভাৰত b ) ৰাজস্থান c ) মধ্যপ্রদেশ d ) ঝাড়খণ্ড

উত্তৰঃ a ) উত্তৰ – পূব ভাৰত

  1. খালী ঠাই পূৰ কৰাঁ ।

a ) বতৰ পৰিৱৰ্তনৰ প্ৰধান কাৰক হ’ল সূৰ্য।

b ) পেংগুইন চৰাই মেৰু অঞ্চলত বাস কৰে ।

c ) মেঘালয়ৰ জলবায়ু শীতল আৰু সেমেকা ।

d ) বগা ভালুকৰ ছালৰ তলত এটা ডাঠ চর্বীৰ তৰপ থাকে ।

3. বতৰ কাক বােলে.

উত্তৰঃ কোনো এখন ঠাইৰ এক নিদিৰ্ষ্ট সময়ত বায়ুমণ্ডলৰ সাময়িক আৰু পৰিৱৰ্তনশীল অৱস্থাটোৱে হ’ল বতৰ।

4 . বতৰৰ মৌলসমূহ কি কি ? অভিযােজন বুলিলে কি বুজা ?

উত্তৰঃ বতৰৰ মৌলসমূহ হ’ল- তাপ, চাপ, বৰষুণ, আদ্ৰতা।

6 . মেৰু অঞ্চলৰ দুবিধ জন্তুৰ নাম লিখা ।

উত্তৰঃ বগা ভালুক, আৰু পেংগুইন।

  1. ক্রান্তীয় বৰ্ষাৰণ্য থকা দুখন দেশৰ নাম লিখা ।

উত্তৰঃ ক্ৰান্তীয় বৰ্যাৰণ্য থকা দুখন দেশৰ নাম হ’ল- মধ্য আফ্ৰিকা, আৰু দক্ষিণ-পূব এছিয়া।

৪. দিনটোৰ সর্বোচ্চ আৰু সর্বনিম্ন তাপমাত্রা কেতিয়া জোখা হয় ?

উত্তৰঃ দিনটোৰ আগভাগত আৰু দিনটোৰ শেষৰ ভাগত।

  1. পেংগুইনৰ অভিযােজন সম্বন্ধে চমুকৈ লিখা ।

উত্তৰঃ পেংগুইন মেৰু অঞ্চলত বাস কৰে। এইবিধ চৰায়ে মাছ খায় জীয়াই থাকে। এইবিধ চৰায়ে শীতৰ পৰা ৰক্ষা পৰিবলৈ উলম্বভাৱে থাকি মূৰটো ওপৰলৈ তুলি থাকে।

  1. জম্মু – কাশ্মীৰ আৰু কেৰালাৰ বতৰ তুলনা কৰাঁ ।

উত্তৰঃ জম্মু-কাশ্মীৰৰ তুলনাত কেৰেলা যথেষ্ট গৰম ঠাই। কেৰালাত বছৰটোৰ অধিকভাগ সময়তেই বতৰ গৰম আৰু সেমেকা হৈ থাকে।

  1. ক্রান্তীয় বৰ্ষাৰণ্যৰ বৈশিষ্ট্য কি ?

উত্তৰঃ ক্ৰান্তীয় বৰ্যাৰণ্যৰ বৈশিষ্ট্য হ’ল-

ক) এই অঞ্চলসমূহ জৈৱস- বৈচিত্ৰ্যত অতি চহকী,

খ)এই অঞ্চলত বিভিন্ন পতংগ আদি থাকে।

  1. ছাইবেৰীয়া ক্রেইন ‘ কোন দেশৰ ? ইহঁতে শীতকালি কলৈ অভিগমন কৰে ?

উত্তৰঃ ছাইবেৰীয়া ক্ৰেইন ভাৰতৰ ভৰত পুৰত থাকে। ইহঁতে শীতকালত চীনলৈ অভিগমন কৰে।

  1. ক্রান্তীয় বৰ্ষাৰণ্যৰ জীৱ – জন্তুৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

  1. গৰমকালি আৰু শীতকালিৰ বতৰৰ পাৰ্থক্য লিখা ।

উত্তৰঃ

  1. বগা ভালুকৰ অভিযােজনৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

  1. জলবায়ু আৰু অভিযােজনৰ সম্পর্ক কি ?

উত্তৰঃ