জাম্বেলি আথান নামৰ কাঠৰ খুটাত কি কি চৰাই প্ৰতীক আঁৰি দিয়া হয় ?

উত্তৰঃ ভিমৰাজ, বাঢ়ৈটোকা আদি চৰাইৰ ।