জেংবিহু মানে কি ?

উত্তৰঃ বিহুতলি বা বিহুখলাৰ চাৰিওফালে জেং বা নাহৰ, আজাৰ, সোণাৰু আদিৰ গছৰ জেঙেৰে সীমা নিৰ্দ্ধাৰণ কৰি মৰা বিহুকে জেং বিহু বুলি কোৱা হয় । এই বিহুত পুৰুষৰ প্ৰবেশ নিষিদ্ব। কেৱল মহিলাসকলেহে এই বিহুত অংশগ্ৰহণ কৰে ।