জৈন ধৰ্মীসকলে মহাবীৰ জয়ন্তী কেতিয়া পালন কৰে ?

উত্তৰঃ জৈন ধৰ্মীসকলে চ’ত মাহৰ শুক্লা চতুৰ্দশীৰ দিনা মহাবীৰ জয়ন্তী পালন কৰে।