জোৰা গোৱা বা গায়ন গোৱা বুলি কাক কোৱা হয় ?

উত্তৰঃ নামঘৰত অথবা কোনো ধৰ্মীয় অনুষ্ঠানৰ পূৰ্বে গায়ন-বায়ন সকলে খোল-তাল বজাই নৃত্য় কৰাকে জোৰা গোৱা বা গায়ন গোৱা বুলি কোৱা হয় ।