ডিমাছাসকলে কেতিয়া হেৰেমডী দেৱীক পূজা কৰে ?

উত্তৰঃ ডিমাছাসকলে যেতিয়া সমাজত মহামাৰী, ৰোগ-ব্যাধি, অপায়-অমংগলে দেখা দিয়ে তেতিয়া হেৰেমডী দেৱীক পূজা কৰে ।