ডিমাছাসকলৰ গৃহস্থনী আৰু গৃহস্থীক কি বুলি কয় ?

উত্তৰঃ গাজাই বাও আৰু গাজাই বাওজী।