ডেকা বিহু কাক কোৱা হয় ?

উত্তৰঃ আহোম ৰাজত্ব কালত ৰংঘৰৰ বাকৰিত ডেকাসকলে মৰা বিহুক ডেকা বিহু বুলি কয় । ডিব্ৰুগড় জিলাত এই বিহু বৰ্তমানো প্ৰচলন আছে।