তাপ আৰু উষ্ণতা | Chapter 7 | Class 7 New Science Question And Answer Jatiya BIdyalay | Class 7 Chapter 7 Solution AJB |

অধ্যায়ঃ সপ্তম

তাপ আৰু উষ্ণতা

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

i ) ধাতুৰ মাজেৰে তাপৰ স্থানান্তৰ ঘটে । এই স্থানান্তৰণ প্ৰক্ৰিয়াটো হ’ল-

a ) পৰিবহণ b) পৰিচলন c ) বিকিৰণ

উত্তৰঃ a ) পৰিবহণ

ii ) কোনটো প্রক্রিয়াৰে তাপৰ স্থানান্তৰ ঘটোতে পদাৰ্থৰ প্ৰয়ােজন নহয় ?

a ) পৰিবহণ b ) পৰিচলন C ) বিকিৰণ

উত্তৰঃ C ) বিকিৰণ

iii ) সাধাৰণ অৱস্থাত পানী কিমান উষ্ণতাত উতলে ?

a ) 100 ° C b ) 100 ° F c ) 98.6 ° C d ) 32° F

উত্তৰঃ a ) 100 ° C

  1. তাপ পৰিবাহী আৰু অপৰিবাহী পদার্থবােৰ চিনাক্ত কৰা :

বায়ু , উণ সূতা , গজাল , ষ্টিলৰ কাহী , প্লাষ্টিকৰ চামুচ , কাঠ , বৰফ , তাম ।

উত্তৰঃ

  1. তাপৰ সংজ্ঞা লিখা । উষ্ণতা বুলিলে কি বুজা ? দুবিধ উষ্ণতা স্কেলৰ নাম লিখা ।

উত্তৰঃ

  1. উষ্ণতা জোখা সঁজুলিবিধৰ নাম কি ? এই সঁজুলিবিধ সাধাৰণতে ব্যৱহাৰ কৰা দুবিধ জুলীয়া পদাৰ্থৰ নাম লিখা ।

উত্তৰঃ উষ্ণতা জোখা সঁজুলিবিধৰ নাম থাৰ্মমিটাৰ। থাৰ্মমিটাৰত থকা জুলীয়া পদাৰ্থ বিধ হ’ল- মাৰ্কউৰি ।

  1. তাপৰ স্থানান্তৰণৰ সৈতে জড়িত প্রক্রিয়াকেইটাৰ নাম লিখা ।

উত্তৰঃ তাপৰ স্থানান্তৰণৰ সৈতে জড়িত প্ৰক্ৰিয়াকেইটাৰ নাম- পৰিবহণ, বিকিৰণ, আৰু পৰিচলন।

  1. বতাহৰ সৃষ্টি কেনেদৰে হয় লিখা ।

উত্তৰঃ নিম্ন চাপ অঞ্চললৈ গতি কৰাৰ বাবে বতাহৰ সৃষ্টি হয়।

  1. সূর্যৰপৰা আমি তাপ কেনেদৰে পাওঁ বৰ্ণনা কৰাঁ ।

উত্তৰঃ সূৰ্যৰ পৰা বিকিৰণ প্ৰক্ৰিয়াৰে তাপ আমি পাওঁ।

  1. সমুদ্র বতাহৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

9 ) জাৰকালি ৰাতি লেপ লৈ শুলে ঠাণ্ডা নালাগে । ইয়াৰ কাৰণ ব্যাখ্যা কৰাঁ ।

উত্তৰঃ

  1. মাঘবিহুত আমি মেজি জ্বলাওঁ । এই ক্ষেত্ৰত তাপ আমি কেনেদৰে পাওঁ ? মেজি জ্বলালে ছাই ওপৰলৈ উৰি যায় । ইয়াৰ কাৰণ কি লিখা ।

উত্তৰঃ মাঘৰ বিহুত আমি মেজি জ্বলাওঁ। এই ক্ষেত্ৰত তাপ আমি বিকিৰণ প্ৰক্ৰিয়াৰে পাওঁ। মেজি জ্বলালে ছাই ওপৰলৈ উৰি যায় কাৰণ- তাপ বিকিৰণ হয়।

  1. ) এটা চচপেনত পানী লৈ জুইৰ ওপৰত ৰখা হৈছে । ফলত চচপেন আৰু পানী দুয়ােটা গৰম হ’ব । চচপেন আৰু পানীৰ মাজেৰে তাপৰ স্থানান্তৰ কি পদ্ধতিৰে হৈছে ?

উত্তৰঃ এটা চচপেনত পানী লৈ জুইৰ ওপৰত ৰখা হৈছে। ফলত চচপেন আৰু পানী দুয়োটা গৰম হ’ব। চচপেন আৰু পানীৰ মাজেৰে তাপৰ স্থানান্তৰ পৰিবহণ প্ৰক্ৰিয়াৰে হৈছে।

DIKHA BORA