তুলিনি উৎসৱ কেতিয়া আৰু কিমান দিন ধৰি পালন কৰা হয় ?

উত্তৰঃ তুলিনি উৎসৱ প্ৰতি বছৰে জুলাই মাহত পাঁচ দিন ধৰি পালন কৰা হয় ।