ত্ৰিপুৰাৰ ইছলামধৰ্মী লোকসকলৰ প্ৰধান তীৰ্থস্থান কি ?

উত্তৰঃ ত্ৰিপুৰাৰ ইছলামধৰ্মী লোকসকলৰ প্ৰধান তীৰ্থস্থান হৈছে বদৰ মোকাম ।