ত্ৰিপুৰাৰ নীড় মহল কোনে নিৰ্মাণ কৰোৱাইছিল ?

উত্তৰঃ ত্ৰিপুৰাৰ নীড় মহল ৰজা বিক্ৰম কিশোৰ মাণিক্য় বাহাদুৰে নিৰ্মাণ কৰোৱাইছিল ।