দেউৰীসকলে কিয় বুধবাৰটো পৱিত্ৰ দিন হিচাপে পালন কৰে ?

উত্তৰঃ দেউৰীসকলৰ ধ্য়ান ধাৰণামতে বিশ্ব সৃষ্টিৰ প্ৰথম বা মন্দিৰত বুধবাৰে পূজা দিয়ে । তেওঁলোকে বহাগৰ প্ৰথম বুধবাৰে বলি আদিৰ যোগেদি গাঁৱৰ দেওশালত পূজা দি বিহু পালন কৰে ।