দেউৰী জনগোষ্ঠীৰ মাজত প্ৰচলিত লহৰিয়া গীতৰ এফাঁকি কেনেধৰণৰ ?

উত্তৰঃ “লহৰী লহবাই জহৰীয়া ধনবাই লহৰীয়া দেউৰী জেৰুৱা শদিয়া চচিহ ধনবাই লহৰীয়া কুণ্ডিনা পুজিৰি শদিয়াই দেউৰী ধনবাই লহৰীয়া ।