দেউৰী জনগোষ্ঠীৰ লোকসকলৰ আদি পুৰুষক কি বুলি জনা যায় ?

উত্তৰঃ দেউৰী জনগোষ্ঠীৰ লোকসকলৰ আদি পুৰুষক কুণ্ডি মামা বা গিৰা-গিৰাচি বুলি কোৱা হয় ।