দেউৰী জনগোষ্ঠীৰ লোকসকলৰ আৰাধ্য় দেৱতা বলিয়া বাবা আৰু কেঁচাইখাইতী গোসাঁনীক কি নামেৰে জনা যায় ?

উত্তৰঃ দেউৰী জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ আৰাধ্য় দেৱতা বলিয়া বাবাক পিশ্বাডেমা আৰু কেঁচাইখাইতী গোসাঁনীক পিশ্বাছিডেমা বুলি কয় ।