দেউৰী জনগোষ্ঠীৰ লোকসকল কোনটো মানৱ গোষ্ঠীৰ অন্তৰ্গত ?

উত্তৰঃ দেউৰী জনগোষ্ঠীৰ লোকসকল মংগোলীয় মানৱ গোষ্ঠীৰ তিব্বতবৰ্মী মূলৰ লোক ।