দেৱাদাসী নৃত্য় ক’ত ক’ত প্ৰচলন আছিল ?

উত্তৰঃ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, বজালীৰ ডুবিত থকা পৰিহেশ্বৰ দেৱালয়, নেঘেৰিটিঙৰ শিৱ মন্দিৰ, জয়সাগৰৰ বৈদ্য়নাথ দৌল, ৰংপুৰৰ শিৱ দৌল আদিত দেৱাসী নৃত্য়ৰ প্ৰচলন আছিল ।