দৰং জিলাত প্ৰচলিত কেইবিধমান লোকনৃত্য় কি কি ?

উত্তৰঃ দৰং জিলাত প্ৰচলিত কেইবিধমান লোকনৃত্য় হ’ল- ঢেপা ঢুলীয়া, বৰ ঢুলীয়া, দেওধনী নৃত্য় আদি ।