নাকিয়ুলুম উৎসৱৰ প্ৰধান বিশেষত্ব কি ?

উত্তৰঃ এই উৎসৱ চলি থকাৰ সময়ত কোনো বিবাহ কাৰ্য অনুষ্ঠিত কৰা নহয় আৰু পুৰুষসকলে তেওঁলোকৰ পত্নীৰ পৰা আঁতৰি থাকে ।