নামনি অসমত খোৱা ভোজভাতক বহুতে কি বুলি কয় ?

উত্তৰঃ নামনি অসমত খোৱা ভোজভাতক বহুতে লাখল ভাত বুলিও কয় ।