নিউট্ৰন কি?

উঃ পৰমাণু কেন্দ্ৰ বা নিউক্লিয়াছত থকা বৈদ্যুতিকভাৱে নিৰপেক্ষ এবিধ মৌলিক কণিকা। জেমছ চেডডইক নামৰ ইংৰাজ পদাৰ্থবিদ এজনে নিউট্ৰন আৱিস্কাৰ কৰিছিল?