নৃত্য় পৰিৱেশনৰ সময়ত কঁকালত পৰিধান কৰা সৰু ঘন্টাক কি বুলি কোৱা হয় ?

উত্তৰঃ নৃত্য় পৰিৱেশন সময়ত কঁকালত পৰিধান কৰা সৰু ঘন্টাবোৰক কিংকিনী বুলি কোৱা হয় ।