নৰাছিগা বিহু কাক বোলে ?

উত্তৰঃ শস্য়ৰ ভৰা পথাৰত নৰাছিগাৰ সময়ত পতা বিহুক নৰাছিগা বিহু বোলে। এই বিহু পুহ বা ফাগুম মাহত মৰা হয়। মিচিংসকলে পঃৰা উৎসৱৰ সময়ত এই বিহু অনুষ্ঠিত কৰে ।