পিতলৰ শিল্পত ব্য়ৱহাত বিভিন্ন ধৰণৰ চেপেনা বা সৰাহ কি ?

উত্তৰঃ পোন সৰাহ, পাত সৰাহ, আঁকোৰা সৰাহ, বেজীমুখীয়া সৰাহ, গাল সৰাহ, কমাৰী সৰাহ আদি ।