পৌৰাণিক বেলাডৰ অন্তৰ্গত গীতসমূহ কি ?

উত্তৰঃ পৌৰাণিক বেলাডৰ অন্তৰ্গত গীতসমূহৰ ভিতৰত শীতলাৰ গীত, পগলা – পাৰ্বতীৰ গীত, ফুলকোঁৱৰৰ গীত, দুবলা শান্তিৰ গীত, মণি কোঁৱৰৰ গীত আদি অন্যতম।