পিয়াজ কাটিলে আমাৰ চকুপানী ওলায় কিয়?

উঃ পিয়াজত ছালফাৰ-ডাই-অক্সাইডযুক্ত পদাৰ্থ থাকে।পিয়’জ কটাৰ লগে লগে এই পদাৰ্থ বাষ্পৰ নিচিনাকৈ বিয়পি পৰে। এই আমাৰ নাক আৰু চকুৰ সংস্পৰ্শৰ ছালফিউৰিক এচিড উৎপন্ন কৰে, তেতিয়া আমাৰ একপ্ৰকাৰৰ উত্তেজনাৰ সৃষ্টি ৰহয়। এই উত্তেজনা প্ৰশমনৰ কাৰণে আমাৰ চকুপানী ওলায়।(পানীত লৈ পিয়াজ কাটিলে আমাৰ চকুপানী নোলায়।)