প্ৰঃ প্লাষ্টিক শব্বটোৰ অক্ষৰিক অৰ্থটো কি?

উঃ গঢ় দিব পৰা।গ্ৰীক ভাষাৰ ‘প্লাষ্টিকোছ’ ৰ পৰা ই উদ্ভৱ হৈছে।