প্ৰঃ ফিংগাৰ প্ৰুিন্ট্ছ কি?

উঃ মানুহৰ হাতৰ আঙুনিৰ মূৰত বহুতো ক্ষুদ্ৰ ৰেখা থাকে।আঙুলিৰ চাপ মাৰিলে সেইবোৰ আৰু স্পষ্টকৈ চাব পাৰি। সেই ৰেখাবোৰৰ পৰা হোৱা চাপকে ফিংগাৰ প্ৰিন্টছ্ বোলে।