প্ৰঃ ভষ্টক-১.৩ আৰোহণ কৰি মহাকাশলৈ যাত্ৰা কৰা মহাকাশচাৰীজনৰ নাম কি?

উঃ বিশ্বৰ প্ৰথম মহাকাশচাৰী অবিভক্ত ছোভিয়েট দেশৰ বায়ুসেনাৰ মেজৰ যুৰি গাগাৰিণ।