ষ্টেইনলেচ স্টীল (Stainless Steel) কি?

উঃ এক প্ৰকাৰ সংকৰ ধাতু। ই ক্ৰোমিয়াম (Cr) আৰু লোহা (Fe) ৰ মিশ্ৰণৰ দ্বাৰা প্ৰস্তুত হয়।