ফিংগাৰ পিন্টছ্ কি?

উঃ মানুহৰ হাতৰ আঙুলিৰ মূৰত বহুতো ক্ষুদ্ৰ ৰেখা থাকে। আঙুলিয়ে চাপ মাৰিলে সেইবোৰ আৰু স্পষ্টকৈ চাব পাৰি। সেই ৰেখাবোৰৰ পৰা হোৱা চাপিকে ফিংগাৰ পিন্টছ্ বোলে।