ফৰাচী ভাষাত Folklore শব্দৰ সলনি কি শব্দ ব্য়ৱহাৰ কৰা হৈছিল ?

উত্তৰঃ ফৰাচী ভাষাত Folklore শব্দৰ সলনি Demologic আৰু Demopsychologic শব্দ দুটা ব্য়ৱহাৰ কৰা হৈছিল ।