বড়োসকলৰ বহাগ মাহৰ বৈসাগুৰ দিনকেইটা কি কি নামেৰে জনা যায় ?

উত্তৰঃ বহাগৰ প্ৰথম দিনা মানছই দোমাহী, তৃতীয় দিনা ছাইমা অৰ্থাৎ কুকুৰৰ বিহু, চতুৰ্থ দিনা আমা- অৰ্থাৎ গাহৰিৰ বিহু, পঞ্চম দিনা দাওনি-কুকুৰাৰ বিহু, ষষ্ঠ দিনা হাঁহৰ বিহু আৰু সপ্তম দিনা সমূহ আলহী অতিথিৰ বাবে পতা বিহু ।