বড়োসকলৰ বিহু কেইটা আৰু কি কি ?

উত্তৰঃ তিনিটা। সেয়া হ’ল বহাগ মাহত অনুষ্ঠিত কৰা বৈসাগু, মাঘ মাহত অনুষ্ঠিত কৰা দোমাচী আৰু কাতি মাহত অনুষ্ঠিত কৰা কাত্ৰিগাছা।